New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/bjp_flag_01_750.jpg)
প্ৰতিকী ফটো
- শনিবাৰে নিশ্চিত হ'ব বিজেপিৰ ১০ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা।
- সন্ধিয়ালৈ সংসদীয় ব'ৰ্ডে ঘোষণা কৰিব এই প্ৰাৰ্থী তালিকা।
- বিজেপিৰ প্ৰাৰ্থী পেনেল লৈ শুকুৰবাৰে দিল্লীলৈ ৰাওনা হৈছিল ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস।
- দিল্লীত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াও।
- এইবাৰৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাত স্থান লাভ নকৰিব পাৰে কেইবাগৰাকীও বৰ্তমানৰ সাংসদে।