Published on:
Updated on:
- বিশ্বনাথৰ বিহালীত পহুৰ মাংস সহ গ্ৰেপ্তাৰ দুজন ব্যক্তি।
- এক গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডল আৰু বিহালী আৰক্ষীৰ যুটীয়া অভিযানত বিহালীৰ ৰাংচালিৰ দলনি গাৱত এটা পাম ঘৰৰ পৰা উদ্ধাৰ পহু মাংসসহ দুজন ব্যক্তি।
- ধৃত ব্যক্তি দুজন হ'ল বিহালী ৰাংচালিৰ কাছকটা গাঁৱৰ বিশ্বজিৎ বৰুৱা ওৰফে টাকাও আৰু দলনি গাঁৱৰ অকমান লৰা বৰা ওৰফে হলিৰাম।
- ব্যক্তি দুজনৰ পৰা ৰান্ধি থোৱা আৰু সংৰক্ষণ কৰি থোৱা পহুৰ মাংস আৰু তিনিখন পহুৰ ছাল জব্দ কৰে অভিযানকাৰী দলটোৱে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in