বিশ্বনাথত কোনে মাৰিব হাঁহি? কাৰ কাৰ মাজত হ’ব প্ৰতিদ্বন্দ্বিতা?

বিশ্বনাথত কোনে মাৰিব হাঁহি? কাৰ কাৰ মাজত হ’ব প্ৰতিদ্বন্দ্বিতা?

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শেহতীয়া খবৰ

  • বিশ্বনাথ জিলাত আছে ১৩খন জিলা পৰিষদ আৰু ৭৬খন গাঁও পঞ্চায়ত।
  • পুৱা ৮বজাৰ পৰা ভোটগণনা পৰ্ব আৰম্ভ।
  • ১৩টা জিলা পৰিষদৰ সদস্য পদৰ বাবে মূল প্ৰতিদ্বন্দ্বিতা অনুষ্ঠিত হ'বলগা প্ৰাৰ্থীসকল-
Advertisment

নাগশংকৰ জিলা পৰিষদ

  • কৈলাশ বৰা – কংগ্ৰেছ
  • হিতেশ বৰুৱা- বিজেপি

চতিয়া জিলা পৰিষদ

  • ছাহিদা খাটুন- অগপ
  • ধনদা গগৈ- বিজেপি
  • ৰেচমা আনছাৰী- কংগ্ৰেছ

বিশ্বনাথ জিলা পৰিষদ

  • কন্দৰ্প হাজৰিকা -অগপ
  • ৰঞ্জন ভূঞা- কংগ্ৰেছ
  • সত্যেন্দ্ৰ হাজৰিকা- বিজেপি
  • অৰুণ উপাধ্যায় – নিৰ্দলীয়
  • ৰাজীৱ বৰুৱা- নিৰ্দলীয়

পাভৈ জিলা পৰিষদ

  • গায়ত্ৰী কুৰ্মী- বিজেপি
  • মালতী দাস কৈৰী- অগপ
  • ৰূপা পৰ্জা চৱৰ- কংগ্ৰেছ

বৰপথাৰ জিলা পৰিষদ

  • নগেন ফাংচু – অগপ
  • প্ৰবীন হাঞ্চে – বিজেপি
  • সঞ্জয় বসুমতাৰী- কংগ্ৰেছ

মোনাবাৰী জিলা পৰিষদ

  • জাৱেদ আলী – অগপ
  • তৰুন তাঁতী – বিজেপি
  • ৰঞ্জিত মহানন্দ – কংগ্ৰেছ

জিনজিয়া জিলা পৰিষদ

  • অজয় দাস – বিজেপি
  • ঝিমলী দাস – অগপ
  • নয়নলাল শৰ্মা – কংগ্ৰেছ
  • পৰিমল গোঁড় – নিৰ্দলীয়

বৰগাং জিলা পৰিষদ

  • মাধৱ দাস – কংগ্ৰেছ
  • ৰঞ্জন জ্যোতি দাস – বিজেপি
  • বিকল্প দাস – নিৰ্দলীয়

নিজ বিহালী জিলা পৰিষদ

  • অমি বৰা সিংহ – কংগ্ৰেছ
  • দিপীকা দেৱী ঢাকাল – বিজেপি
  • স্বপ্না বাউৰী – নিৰ্দলীয়

কলাবাৰী জিলা পৰিষদ

  • লাৱণ্য চাৰিঙীয়া-বিজেপি
  • অসীমা বৰা-কংগ্ৰেছ

লোহিতমুখ

  • হেমন্তী দলে -কংগ্ৰেছ
  • লক্ষ্যনাথ নৰহ-বিজেপি

হেলেম (ক)

  • ৰেণু ভৰালী -বিজেপি
  • স্বপ্না দাস তাঁতি-কংগ্ৰেছ

হেলেম (খ)

  • গীতা বসুমতাৰী-কংগ্ৰেছ
  • জোনমনি বসুমতাৰী-বিজেপি