Published on:
Updated on:
- বিশ্বনাথত বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই শোকাৱহ দুৰ্ঘটনা।
- কদমনি গাৱৰ ৰাস্তাত ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় এজন যুৱকৰ।
- মৃত যুৱকজন বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ ধনসিং বাওৰি(৩৪)।
- এখন মটৰ চাইকেলত আহি থকা অৱস্হাত এই ঘটনা সংঘটিত হয়।
Code:
Asomiya Pratidin
www.asomiyapratidin.in