অসম মুখ্য-পৃষ্ঠা বিশ্বনাথত কুমলীয়া গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয় লাভ বিশ্বনাথত কুমলীয়া গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয় লাভ asomiyapratidin 12 Dec 2018 09:53 IST Follow UsNew Updateবিশ্বনাথত কুমলীয়া গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ ফলাফল ঘোষণা।বিজেপি প্ৰাৰ্থী জয়ী হৈছে ৱাৰ্ডটোত।হেম অধিকাৰী নিৰ্বাচিত হৈছে গাঁও পঞ্চায়তৰ সদস্যৰূপে।২৬০ ভোটৰ ব্যৱধানত জয় সাব্যস্ত কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক