বিশ্বনাথত কুমলীয়া গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয় লাভ

বিশ্বনাথত কুমলীয়া গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ জয় লাভ
  • বিশ্বনাথত কুমলীয়া গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ ফলাফল ঘোষণা।
  • বিজেপি প্ৰাৰ্থী জয়ী হৈছে ৱাৰ্ডটোত।
  • হেম অধিকাৰী নিৰ্বাচিত হৈছে গাঁও পঞ্চায়তৰ সদস্যৰূপে।
  • ২৬০ ভোটৰ ব্যৱধানত জয় সাব্যস্ত কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in