Published on:
Updated on:
- জামুগুৰিহাটৰ টৌভঙাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত হয় এই শোকাৱহ ঘটনা।
- দুৰ্ঘটনাত নিহত হৈছে এজন সেনা জোৱান।
- দ্ৰুতবেগী বলেৰ' বাহনে খুন্দিয়ালে পথচাৰীক।
- মৃত জোৱানজনৰ নাম সঞ্জু বৰা।
- জামুগুৰিহাটৰ গেৰেলুৱাচুকত ঘৰ সঞ্জু বৰাৰ।
- ছুটীত ঘৰলৈ আহিছিল মৃত জোৱানজন।
- আহত আন ৪জনক TMCHত ভৰ্তি কৰোৱা হয়।
Code:
Asomiya Pratidin
www.asomiyapratidin.in