বিশ্বনাথৰ নিৰ্বাচনী ফলাফলৰ সবিশেষ…

বিশ্বনাথ জিলাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ শেহতীয়া ফলাফল-

জিলাঃ বিশ্বনাথ।

সমষ্টিঃ চতিয়া।

জিলা পৰিষদঃ নাগশংকৰ।

পঞ্চায়তঃ ৩ নং চতিয়া গাঁও পঞ্চায়ত।

সভাপতিঃ উদয় শংকৰ শইকীয়া, বিজেপি।

আঞ্চলিক পঞ্চায়ত সদস্যঃ ভাৰতী দাস, বিজেপি।

ৱাৰ্ডঃ

অগপ- ১

বিজেপি- ৯

কংগ্ৰেছ- ০

জিলাঃ বিশ্বনাথ।

সমষ্টিঃ বিশ্বনাথ।

জিলা পৰিষদঃ বৰপথাৰ।

পঞ্চায়তঃ বৰপথাৰ গাঁও পঞ্চায়ত।

সভাপতিঃ বাসন্তি প্ৰজা, বিজেপি।

আঞ্চলিক পঞ্চায়ত সদস্যঃ দামু বাৰ্লা, বিজেপি।

ৱাৰ্ডঃ

অগপ- ০

বিজেপি- ৭

কংগ্ৰেছ- ৩

জিলাঃ বিশ্বনাথ।

সমষ্টিঃ বিশ্বনাথ।

জিলা পৰিষদঃ বিশ্বনাথ।

পঞ্চায়তঃ বুঢ়ীগাং গাঁও পঞ্চায়ত ।

সভাপতিঃ অনুপ দাস বিজেপি।

আঞ্চলিক পঞ্চায়ত সদস্যঃ ৰীতা ভট্ট ৰায়, বিজেপি।

ৱাৰ্ডঃ

অগপ- ০

বিজেপি- ৭

কংগ্ৰেছ- ৩

জিলাঃ বিশ্বনাথ।

সমষ্টিঃ বিশ্বনাথ।

জিলা পৰিষদঃ চতিয়া।

পঞ্চায়তঃ ৫নং চতিয়া গাঁও পঞ্চায়ত ।

সভাপতিঃ পদ্মা বড়ো দৈমাৰী, বিজেপি।

আঞ্চলিক পঞ্চায়ত সদস্যঃ ভাই শইকীয়া, বিজেপি।

ৱাৰ্ডঃ

অগপ- ০

বিজেপি- ৯

কংগ্ৰেছ- ১

জিলাঃ বিশ্বনাথ।

সমষ্টিঃ বিশ্বনাথ।

জিলা পৰিষদঃ চতিয়া।

পঞ্চায়তঃ ৪নং চতিয়া গাঁও পঞ্চায়ত ।

সভাপতিঃ কৃষ্ণা চেত্ৰী, বিজেপি।

আঞ্চলিক পঞ্চায়ত সদস্যঃ দিগন্ত নাথ, বিজেপি।

ৱাৰ্ডঃ

অগপ- ০

বিজেপি- ৭

কংগ্ৰেছ- ৩

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in