/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/face-biswakarma-main-all-over.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে বিশ্বকৰ্মা পূজা। পূজাৰ প্ৰস্তুতি চলিছে সৰ্বত্ৰে। বজাৰ-সমাৰত যথেষ্ঠ ভিৰ। বিশেষকৈ পূজাৰ সামগ্ৰী ক্ৰয়ৰ বাবে ভিন্ন জনে ভিৰ কৰিছে। পূজা্ৰ বায়ে প্ৰয়োজনীয় পূজাৰ সামগ্ৰীৰ উপৰিও নৈবদ্য ক্ৰয়ৰ বাবে এইদৰে দোকানত শাৰী পাতিছে অনেক জনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/b-murty-robab.jpg)
ইফালে, মহানগৰীৰ বজাৰত দেওবাৰে ফুলৰ মালা, কলপুলি, পদুমৰ কলি, ফল-মূল, মাটিৰ চাকি আদিৰে ভৰি পৰিছে। মহানগৰীৰ বজাৰত দেওবাৰে বিশ্বকৰ্মা পূজা উপলক্ষে সামগ্ৰী সমূহৰ দাম আছিল এনে ধৰণৰ-
বিশ্বকৰ্মা মূৰ্তিঃ ১৫০টকা-৫০০০টকালৈ (আকৃতি অনুসৰি)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/b-murty.jpg)
মাটি টেকেলীঃ ৩০-৩৫টকা।
মাটিৰ ধূনা বাতিঃ ৪০-৪৫টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/b-murty-lotas.jpg)
পদুমৰ কলিঃ এটাত ৫টকা।
কলপুলিঃ ২০০টকাত ৪টা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/b-murty-kol-mala.jpg)
মাটিৰ চাকিঃ ১টকা-৫টকালৈ (আকৃতি অনুসৰি)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/b-murty-saki.jpg)
কেচা ফুলৰ মালাঃ একোচাত ৫০০টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/b-murty-face.jpg)
প্লাষ্টিকৰ মালাঃ ৫০টকাৰ পৰা আৰম্ভ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/b-murty-plastic-mala.jpg)
বেলপাতঃ এমুঠাত ১০ টকা।
আমপাতঃ এমুঠাত ২০ টকা।
পঞ্চপল্লভঃ এমুঠিত ৫০টকা।
তুলসীৰ আগঃ এমুঠিত ১০টকা।
দুৱৰিঃ এমুঠি ১০টকা।
হোমৰ খৰিঃ ৩০টকা।
আপেলঃ প্ৰতি কিলো ১০০টকা।
ডালিমঃ প্ৰতি কিলো ১২০ টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/b-murty-fruits.jpg)
ৰবাব টেঙাঃ ৩০ টকা।
মৌচুমীঃ প্ৰতি কিলো ১৫০টকা।
কলঃ ৮০টকাত এক আশি। (চেনিকল)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/b-murty-all-2.jpg)
কুঁহিয়াৰঃ প্ৰতিডালত ৩০ টকা।
কেচা নাৰিকলঃ প্ৰতিটোত ৩০ টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/nari-kol-biswakarma.jpg)
আনাৰসঃ ১০০টকা যোৰা।
নাস্পতিঃ প্ৰতি কিলোত ১০০ টকা।
মধুৰীআমঃ প্ৰতি কিলোত ১০০ টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/b-murty-all.jpg)
বুটঃ ৭০টকা-৮০টকালৈ প্ৰতি কিলোত।
মগুঃ ৮৫টকা প্ৰতি কিলোত।
কাবুলী বুটঃ ৯৬ টকা প্ৰতি কিলোত।