/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6f519dba-2a20-4106-ad01-053f4ede5c6a/bire.jpg)
-
গুৰুতৰভাৱে অসুস্থ বীৰেন্দ্ৰ নাথ দত্ত।
-
নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক গৰাকীক।
-
বৰ্তমান নেমকেয়াৰৰ আই চি ইউত আছে তেখেত।
-
দীৰ্ঘদিন ধৰি অসুস্থ হৈ ঘৰতে শয্যাশয়ী হৈ আছিল দত্ত।
-
বীৰেন্দ্ৰ নাথ দত্তৰ আশু আৰোগ্য কামনা কৰিছে গুণমুদ্ধসকলে।
-
সকলো ধৰণৰ চিকিৎসাৰ সু-ব্যৱস্থা কৰা হৈছে নেমকেয়াৰত।