নেমকেয়াৰত ভৰ্তি বিশিষ্ট লোক-সংস্কৃতিৰ গৱেষক বীৰেন্দ্ৰ নাথ দত্ত

নেমকেয়াৰত ভৰ্তি  বিশিষ্ট লোক-সংস্কৃতিৰ গৱেষক বীৰেন্দ্ৰ নাথ দত্ত
  • গুৰুতৰভাৱে অসুস্থ বীৰেন্দ্ৰ নাথ দত্ত।

  • নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক গৰাকীক।

  • বৰ্তমান নেমকেয়াৰৰ আই চি ইউত আছে তেখেত।

  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ ঘৰতে শয্যাশয়ী হৈ আছিল দত্ত।

  • বীৰেন্দ্ৰ নাথ দত্তৰ আশু আৰোগ্য কামনা কৰিছে গুণমুদ্ধসকলে।

  • সকলো ধৰণৰ চিকিৎসাৰ সু-ব্যৱস্থা কৰা হৈছে নেমকেয়াৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in