উত্তৰ পূব মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত খেলপথাৰত ৪ দিনীয়া বিহু কৰ্মশালা…

উত্তৰ পূব মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত খেলপথাৰত ৪ দিনীয়া বিহু কৰ্মশালা…

ডিজিটেল সংবাদ, মঙলদৈ : সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক উত্তৰ পূব মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভকত পাৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত হেত আৰিমাৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত ৪ দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত হয়।

বুধবাৰে এই বিহু কৰ্মশালা খনি শুভাৰম্ভণি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশীয়ে, বিহু কৰ্মশালা ৰ শুভাৰম্ভণি অনুষ্ঠান ত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ত্ৰিদিব ডেকা, উত্তৰ পূব মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি নিপু ডেকা, সহকাৰী সাধাৰণ সম্পাদক বিনয় ডেকা ৰ লগতে আঞ্চলিক ছাত্ৰ সন্থা আৰু শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়া ৰ লগতে বহুকেইগৰাকী ব্যক্তি । কেইবাগৰাকীও প্ৰশিক্ষণ ৰ জৰিয়তে বিহু ,ঢোল বাদন আদি শিক্ষা প্ৰদান কৰিব বিহু কৰ্মশালাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in