Published on:
Updated on:
- ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক।
- বিহালীতো বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
- বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাজপথত।
- প্ৰতিবাদৰ সময়তে বিহালীৰ বৰগাঙৰ পৰা আটক ৪ প্ৰতিবাদকাৰীক।
- আটক কৰা কেইজন ক্ৰমে- বিশ্বনাথ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক টুলটুল দাস,
- সংগঠনটোৰ সদস্য চাহিদ আলি, অনিল বনীয়া, বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in