মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল

মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল
  • মঙলদৈ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাই দাখিল কৰিলে মনোনয়ন।
  • মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিলে প্ৰাক্তন মন্ত্ৰী বসন্ত দাস আৰু জয়নাথ শৰ্মাই।
  • ৰাজ্যসভাৰ সাংসদ শান্তিয়াছ কুজুৰেও দিলে ভূৱনেশ্বৰ কলিতাক সংগ।
  • মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীজনৰ সৈতে উপস্থিত থাকে বহু কংগ্ৰেছ কৰ্মী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in