Published on:
Updated on:
- অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা।
- দেওবাৰে এই বঁটা প্ৰদান কৰা হ'ব।
- নলবাৰীৰ নাট্য মন্দিৰত প্ৰদান কৰা হ'ব এই বঁটা।
- বঁটা সমূহ হৈছে নাট্য সাহিত্য বঁটা, শ্ৰেষ্ঠ নাট্য দল বঁটা, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।
- উল্লেখ্য যে, অসম সাহিত্য সভাই জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিব আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in