অসম
চলাপাৰাৰ পাছত ভৰলুত আৰক্ষীৰ অভিযানত ড্ৰাগছ আৰু যথেষ্ট সংখ্যক নগদ ধন উদ্ধাৰ…
- ভৰলুত ক্ৰাইম ব্ৰান্স আৰু মহানগৰ আৰক্ষীৰ অভিযান।
- অভিযানত উদ্ধাৰ হৈছে ড্ৰাগছ আৰু যথেষ্ট পৰিমাণৰ ধন।
- চলাপাৰৰ পাছত আৰক্ষী-ক্ৰাইম ব্ৰান্সৰ এই ধাৰাবাহিক অভিযান ।
- মুঠ দুজনক আটক কৰিছে আৰক্ষীয়ে।
- ভৰলু ৬ নং গেটত চলোৱা এই অভিযানত আছাদুল হক আৰু জে খাটুন নামৰ দুজনক আটক।
- এতিয়াও চলি আছে অভিযান।
- উল্লেখযোগ্য যে ছলাপাৰাত মঙ্গলবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ হৈছিল ৭৩ লাখ ৭০ হাজাৰ ২শ টকা।
- এগৰাকী মণিপুৰৰ মহিলাকে ধৰি আটক কৰিছিল তিনজনক।
- তাৰ পাছত এই অভিযান ভৰলুত মহানগৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰান্সৰ।