কটনৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত মাৰপিটঃ বিয়েৰ বটল, ইটাৰে আক্ৰমণ…

কটনৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত মাৰপিটঃ  বিয়েৰ বটল, ইটাৰে আক্ৰমণ…
  • পুনৰ কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলত মাৰপিটৰ ঘটনা।
  • দুই হোষ্টেলৰ ছাত্ৰৰ মাজত এই মাৰপিটৰ ঘটনা।
  • কটনৰ শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাসত সংঘটিত হৈছে মাৰপিটৰ ঘটনা৷
  • ৰজনী কান্ত বৰদলৈ হোষ্টেলৰ ছাত্ৰই মাৰ পিট কৰাৰ অভিযোগ ৷
  • হোষ্টেলটোৰ কোঠাৰ গ্লাচ ভঙাৰ লগতে যথেষ্ট ক্ষতি কৰাৰ অভিযোগ ৷
  • পান বজাৰ আৰক্ষী থানাত গোচৰ দিয়াৰ প্ৰস্তুতি শ্বহীদ মোজাম্মিল হক ছাত্ৰবাসৰ ছাত্ৰৰ ৷
  • এই মাৰপিটৰ ঘটনাত কেইবাগৰাকীও ছাত্ৰ গুৰুতৰ ভাৱে আহত।
  • ইটা আৰু বিয়েৰৰ বটল লৈ সংঘটিত কৰিলে এই ঘটনা।
  • এজনৰ মূৰ ফালাৰ ফলত ১৬ টাকৈ চিলাই পৰিছে বুলি জানিব পৰা গৈছে।
  • এটা ফেচবুক পোষ্টক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ ফলতে সৃষ্টি হ'ল এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in