অসম
মহানগৰীৰ বশিষ্ঠত বন্যহস্তীৰ সন্ত্ৰাস
- মহানগৰীৰ বশিষ্ঠত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস।
- সোমবাৰে নিশাও সন্ত্ৰাস চলাই বন্যহস্তীয়ে।
- বৈকুণ্ঠপুৰ আৰু ইন্দিৰা নগৰত উপদ্ৰৱ এটা হাতীৰ।
- ৫ ঘণ্টা ধৰি অঞ্চলটোত সন্ত্ৰাস হাতীটোৰ।
- বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ।
- হাতীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ।
- বন সুৰক্ষা বাহিনীৰ ভূমিকাত ক্ষুব্ধ ৰাইজ।