Published on:
Updated on:
- বৰপেটাৰ ভৱানীপুৰত উত্তাল প্ৰতিবাদ।
- শক্তিমন্ত্ৰী তপন গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সহস্ৰাধিক লোকৰ।
- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অনিয়মিত বিদ্যুৎ যোগানক লৈ প্ৰতিবাদ ৰাইজৰ।
- ঘাইপথ অৱৰোধৰ ফলত ৰাজপথত ব্যাহত হৈ পৰে যান-বাহন চলাচল ।
- শীঘ্ৰে বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী প্ৰতিবাদকাৰীৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in