বৰপেটাৰ ১৮টা গাঁও পঞ্চায়তৰ সদস্যৰ ফলাফল ঘোষণা, ১২টাতেই কংগ্ৰেছৰ প্ৰাৰ্থীৰ জয়

বৰপেটাৰ ১৮টা গাঁও পঞ্চায়তৰ সদস্যৰ ফলাফল ঘোষণা, ১২টাতেই কংগ্ৰেছৰ প্ৰাৰ্থীৰ জয়

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • বৰপেটা জিলাৰ গাঁও পঞ্চায়তৰ সদস্য পদৰ ১৮টা ফলাফল ঘোষণা।
  • ইয়াৰে ১২টাতেই জয়ী হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী।
  • ২টাত জয়ী হৈছে অগপ প্ৰাৰ্থী।
  • বিজেপি প্ৰাৰ্থী জয়ী হৈছে ২টা গাঁও পঞ্চায়তৰ সদস্য পদত।
  • চিপিআই (এম) আৰু এ আই এউ ডি এফে পাইছে ১টাকৈ গাঁও পঞ্চায়তৰ সদস্যৰ পদ।