বৰপথাৰ আঞ্চলিক অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদকক বহিষ্কাৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰ আঞ্চলিক যুৱ পৰিষদৰ সাধাৰণ সম্পাদক তথা সাধাৰণ সদস্যৰ পৰা শৈলেন ভঁৰালীক বহিষ্কাৰ কৰে। উল্লেখ্য যে বিগত কিছু দিন ধৰি উক্ত সদস্যজনে সংগঠন কাম কাজত উপস্থিত নথকাৰ বাবে বহিষ্কাৰ কৰিছে বুলি প্ৰেছ বিবৃতিৰ যোগেদি জানিবলৈ দিয়ে সংগঠনটোক কাৰ্যকতা সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in