/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
-
বৰপথাৰৰ চকলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
-
বলেৰ’ পিকআপ বাহনৰ খুন্দাত থিতাতে নিহত এজন।
-
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন দুজন লোক।
-
বাহনখনে তিনিজন পথচাৰীক খুন্দা মাৰি বাগৰি পৰে পথৰ কাষত।
-
নিহত লোকজন শৈল্য শৰ্মা বুলি চিনাক্ত।