তীব্ৰ বেগী বাহনৰ খুন্দাত থিতাতে প্ৰাণ গ'ল এজনৰ...

বৰপথাৰৰ চকলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
road accident
road accidentroad accident
  • বৰপথাৰৰ চকলিত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।

  • বলেৰ’ পিকআপ বাহনৰ খুন্দাত থিতাতে নিহত এজন।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন দুজন লোক।

  • বাহনখনে তিনিজন পথচাৰীক খুন্দা মাৰি বাগৰি পৰে পথৰ কাষত।

  • নিহত লোকজন শৈল্য শৰ্মা বুলি চিনাক্ত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in