দালালৰ জৰিয়তে প্ৰৱেশ! অসমত আটক দুই বাংলাদেশী...

শিলচৰ ৰে’লৱে ষ্টেচনৰ পৰা আটক দুজন বাংলাদেশী।
দালালৰ জৰিয়তে প্ৰৱেশ! অসমত আটক দুই বাংলাদেশী...
  • শিলচৰত আটক দুই বাংলাদেশী।

  • ধৃত বাংলাদেশী দুজন খোকন ফকিৰ, মিজানুৰ ৰহমান।

  • শিলচৰ ৰে’লৱে ষ্টেচনৰ পৰা আটক দুয়োজনকে।

  • ১৭ অক্টোবৰত দালালৰ জৰিয়তে প্রৱেশ কৰিছিল অসমত।

  • কিছুদিন কেৰেলাৰ এটা কোম্পানীত কাম কৰিছিল দুয়োজনে।

  • ধৃতদ্বয়ক শিলচৰ আৰক্ষীৰ জেৰা অব্যাহত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in