New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f07a3e49-16a3-483b-a508-28c00645e576/download.jpg)
শিলচৰত আটক দুই বাংলাদেশী।
ধৃত বাংলাদেশী দুজন খোকন ফকিৰ, মিজানুৰ ৰহমান।
শিলচৰ ৰে’লৱে ষ্টেচনৰ পৰা আটক দুয়োজনকে।
১৭ অক্টোবৰত দালালৰ জৰিয়তে প্রৱেশ কৰিছিল অসমত।
কিছুদিন কেৰেলাৰ এটা কোম্পানীত কাম কৰিছিল দুয়োজনে।
ধৃতদ্বয়ক শিলচৰ আৰক্ষীৰ জেৰা অব্যাহত।