অসম
বাক্সাৰ আনন্দ বজাৰত ভয়ানক অগ্নিকাণ্ড
- বাক্সাৰ আনন্দ বজাৰত অগ্নিকাণ্ডক কেন্দ্ৰ কৰি উত্তেজনা।
- সম্পূৰ্ণৰূপে ভস্মীভূত এখন সুৰাৰ বিপণী।
- সুৰাৰ বিপণীখনত অগ্নিকাণ্ডৰ পিছতে সৃষ্টি হয় উত্তেজনাৰ।
- ইফালে অগ্নিকাণ্ডৰ ফলত সুৰাৰ বিপণীখনৰ সমীপত থকা জুৱেলাৰীৰ দোকানো ক্ষতিগ্ৰস্ত।
- স্থানীয় ৰাইজৰ প্ৰচেষ্টাত নিৰ্বাপিত কৰা হয় জুই।