New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- বাক্সাৰ দ্বাৰাগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা
- অচিনাক্ত বাহনে পিছফালৰ পৰা খুন্দিয়ালে স্কুটী আৰোহীক
- চিকিৎসালয়লৈ নিয়াৰ পথত স্কুটী আৰোহী যুৱতীগৰাকীৰ মৃত্যু
- মৃত যুৱতীগৰাকী লংকা টাউনৰ নৱনীতা দেৱনাথ বুলি চিনাক্ত
- যুৱতীগৰাকী পাঠশালাৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষয়িত্রী
- দুৰ্ঘটনাত পতিত স্কুটীখনৰ নম্বৰ AS-15 S 5898
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us