বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰী বাহী বাছৰ মুখামুখি সংঘৰ্ষ...

AS15C7812 নম্বৰ যাত্ৰীবাহী বাছখনে AS5C/C5953 যাত্ৰীবাহী বাছ খনৰ মাজত সংঘৰ্ষ হয়।
বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰী বাহী বাছৰ মুখামুখি সংঘৰ্ষ...
  • বজালীৰ ভৱানীপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

  • যাত্ৰীবহী বাছৰ মুখামুখি সংঘৰ্ষ।

  • AS15C7812 নম্বৰ যাত্ৰীবাহী বাছখনে AS5C/C5953 যাত্ৰীবাহী বাছ খনৰ মাজত সংঘৰ্ষ হয়।

  • ১২ জনতকৈ ও অধিক লোক আহত ।

  • এজন গুৰুতৰ ভাবে আহত।

  • আহত ব্যক্তি কেইগৰাকীক পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি।

  • দুজনক GMCH লৈ প্ৰেৰণ।

  • ঘটনাস্থলীত ভৱানীপুৰ আৰক্ষী উপস্থিত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in