
বজালীৰ ভৱানীপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
যাত্ৰীবহী বাছৰ মুখামুখি সংঘৰ্ষ।
AS15C7812 নম্বৰ যাত্ৰীবাহী বাছখনে AS5C/C5953 যাত্ৰীবাহী বাছ খনৰ মাজত সংঘৰ্ষ হয়।
১২ জনতকৈ ও অধিক লোক আহত ।
এজন গুৰুতৰ ভাবে আহত।
আহত ব্যক্তি কেইগৰাকীক পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি।
দুজনক GMCH লৈ প্ৰেৰণ।
ঘটনাস্থলীত ভৱানীপুৰ আৰক্ষী উপস্থিত।