New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
বজালীৰ বালাপাৰা আৰক্ষী চকীৰ ওচৰত অঘটন।
নিয়ন্ত্রণহীন মাটি ভৰ্তি ট্রেক্টৰৰ চেপাত নিহত যুৱক।
সোমবাৰে সংঘটিত হয় এই ঘটনা।
নিহত ফিঙুৱা গাঁৱৰ অমিৰুল ইছলাম।
ঘটনা সংঘটিত কৰিয়েই পলায়ন ট্রেক্টৰসহ চালক আৰু মালিকৰ।
ট্রেক্টৰখনৰ নাছিল কোনো ধৰণৰ ৰেজিষ্ট্রেচন ইঞ্চুৰেঞ্চ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।