New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/convoy-news-face-hhhhwwwooowhjt-3-copy.jpg)
- দুৰ্ঘটনাত পতিত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন।
- শিলচৰ লৈ গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
- গুৱাহাটী-শ্বিলং ৰোডত দুৰ্ঘটনাগ্ৰস্ত কনভয়ৰ বাহন।
- নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ ওপৰত বাগৰিল বাহনখন।
- এই দুৰ্ঘটনাত আহত হৈছে দুজনকৈ নিৰাপত্তাৰক্ষী।
- কথমপি ৰক্ষা মন্ত্ৰী অতুল বৰাৰ বাহনখন।