প্ৰতিকী ফটো
Published on:
Updated on:
- পুনৰ নতুন দিল্লীত উদ্ধাৰ অসমীয়া যুৱতীৰ মৃতদেহ।
- নতুন দিল্লীৰ বসন্তকুঞ্জত যুৱতীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।
- মৃত যুৱতীগৰাকীৰ নাম বিদ্যাৱতী দাস বুলি জানিব পৰা গৈছে।
- প্ৰাপ্ত খবৰ অনুসৰি বন্ধুৰ ঘৰত ৰহস্যজনকভাৱে মৃত্যু হৈছে যুৱতী গৰাকীৰ।
- যুৱতীগৰাকীৰ ঘৰ হাজোত বুলি জানিব পৰা গৈছে৷
- বৰ্তমান নতুন দিল্লীৰ বসন্তকুঞ্জ আৰক্ষীৰ জিম্মাত আছে যুৱতীগৰাকীৰ মৃতদেহ।
- ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in