বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই…

বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই…

author-image
asomiyapratidin
New Update
বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই…

ডিজিটেল ডেস্কঃ প্ৰাঞ্জল ভৰালী আৰু নাই! বহু কেইখন জনপ্ৰিয় অসমীয়া ছবিৰ প্ৰযোজক প্ৰাঞ্জল ভৰালীয়ে মঙলবাৰে পুৱা ৫.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে নেমকেয়াৰ হাস্পতালত।

Advertisment

তেওঁ নিৰ্মাণ কৰা ছবিসমূহৰ ভিতৰত জোন দা ইমান গুণ্ডা, চোৰেণ চোৰৰ পুতেক যথেষ্ট জনপ্ৰিয় ছবি আছিল। কেইবাখনো অসমীয়া ছবিৰ প্ৰযোজনা কৰা ভৰালী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল।

বিশিষ্ট প্ৰযোজকগৰাকীৰ মৃত্যুত শোক ব্যক্ত কৰিছে ৰাজ্যৰ শিল্পীসকলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক ব্যক্ত কৰিছে ভৰালীৰ মৃত্যুত।