New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/ASSAM-WINESHOP-OPENED-PEOPLE-GATHERING.jpg)
- শনিবাৰৰ পৰা ৰাজ্যৰ গ্ৰীণ জ'নত খুলিলে সুৰাৰ বিপণী।
- বিপণী খোলাৰ লগে লগে সোঁত বৈছে বিভিন্ন লোকৰ।
- সুৰা ক্ৰয় কৰিবলৈ ভিৰ কৰে বহু লোকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/4cf3fc35-1638-48d3-9c08-223d94ee3ae6-498x1024.jpg)
- প্ৰতিখন সুৰাৰ বিপণীতে দেখিবলৈ পোৱা গৈছে অভাৱনীয় ভিৰ।
- সুৰা ক্ৰয় কৰাৰ বাবে প্ৰতিখন সুৰাৰ বিপণীতে হেতা-ওপৰা।
- সুৰা ক্ৰয় কৰিবলৈ যোৱা লোকসকলে মানি চলা নাই সামাজিক দুৰত্ব।
- একেসময়তে শতাধিক লোকে ভিৰ কৰিছে বিপণীৰ সন্মুখত।