/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8b7cd219-e72c-4ef9-85b2-f2f848733593/download.jpg)
-
অসম বিশ্ববিদ্যালয়ৰ ছাত্রৰ ৰহস্যজনক মৃত্যু।
-
মঙলবাৰে সংঘটিত এই ঘটনা।
-
শিলচৰৰ আইৰংমাৰাৰ ভাৰাঘৰত উদ্ধাৰ ছাত্রজনৰ মৃতদেহ।
-
ছাত্রজন কাৰ্বি আংলঙৰ দেংগাঁৱৰ চাৰছিং টকবি।
-
MSc. তৃতীয় ষাণ্মাসিকৰ ছাত্র আছিল চাৰছিং।
-
ছাত্রজনক অচেতন অৱস্থাত নিয়া হৈছিল চিকিৎসালয়লৈ।
-
চিকিৎসালয়ত ছাত্রজনক মৃত ঘোষণা চিকিৎসকৰ।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।