Published on:
Updated on:
- সোমবাৰে অসমত আকৌ ১৫৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
- ইয়াৰে ৫২জন লোক কামৰূপ মেট্ৰ'ৰ।
- এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১২৭৭৬জনলৈ পাইছে বৃদ্ধি।
- ইফালে, সোমবাৰ ৰাজ্যত সুস্থ হয় ১১০জন লোক।
- বৰ্তমানলৈকে অসমত সুস্থ হোৱা লোকৰ সংখ্যা ২০৮৩৯৩জনলৈ বৃদ্ধি পাইছে।
- আনহাতে, চিকিৎসাধীন হৈ আছে ৩৩৯৯জন ৰোগী।
- উল্লেখ্য যে, অসমত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮১জনলৈ বৃদ্ধি পাইছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in