New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-2.jpg)
- অসম-নাগালেণ্ড সীমান্তত ১৪ ৰ্থ অসম ৰাইফলছৰ অভিযান।
- এই অভিযানত অসম ৰাইফলছে ধ্বংস কৰিছে এন এছ চি এন (আই এম)ৰ শিবিৰ।
- অভিযানত আটক চাৰিজন এন এছ চি এনৰ কেডাৰ।
- কেডাৰ কেইজনৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ অস্ত্ৰ।
- অসম ৰাইফলছে জব্দ কৰিছে একে-৪৭, একে-৫৬, একে-৮১, এম-১৬ ৰাইফল।
- ইয়াৰোপৰি জব্দ কৰিছে বৃহৎ পৰিমাণৰ গুলী বাৰুদ।
- অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ মিকিৰাং বস্তিত চলাইছিল এই অভিযান।