সীমান্ত সুৰক্ষাক লৈ আছাম ৰাইফলছ আৰু ম্যানমাৰ সেনাৰ গুৰুত্বপূৰ্ণ বৈঠক

সীমান্ত সুৰক্ষাক লৈ আছাম ৰাইফলছ আৰু ম্যানমাৰ সেনাৰ গুৰুত্বপূৰ্ণ বৈঠক

author-image
asomiyapratidin
New Update
সীমান্ত সুৰক্ষাক লৈ আছাম ৰাইফলছ আৰু ম্যানমাৰ সেনাৰ গুৰুত্বপূৰ্ণ বৈঠক

  • বৃহস্পতিবাৰে মণিপুৰৰ বেহিয়াঙত ইণ্ডো আৰু ম্যানমাৰৰ প'ষ্ট লেভেলৰ বৈঠক।
  • বৈঠকত অংশগ্ৰহণ কৰে আছাম ৰাইফলছ আৰু ম্যানমাৰ সেনাৰ প্ৰতিনিধিয়ে।
  • সীমান্ত সুৰক্ষাকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয় এই বৈঠকত।
  • কিছুদিনৰ পূৰ্বে ম্যানমাৰ আৰু ভাৰত চৰকাৰৰ মাজত সন্ত্ৰাসবাদীৰ সমস্যাক লৈ অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূৰ্ণ বৈঠক ।