অসম আৰক্ষীত সংযোজিত অতিৰিক্ত ৬৬টা পদ

অসম আৰক্ষীত সংযোজিত অতিৰিক্ত ৬৬টা পদ

author-image
asomiyapratidin
New Update
অসম আৰক্ষীত সংযোজিত অতিৰিক্ত ৬৬টা পদ

  • অসম আৰক্ষীত সংযোজিত হ'ল অতিৰিক্ত ৬৬টা নতুন পদ।
  • আটাইকেইটা পদেই ৰাজপত্রিত বিষয়াৰ পদ।
  • এতিয়াৰে পৰা CIDত থাকিব আৰু এজন আৰক্ষী উপ মহাপৰিদৰ্শক।
  • সহকাৰী মহাপৰিদৰ্শক 'ক্রিয়া' নামেৰে আন এটা পদৰ সৃষ্টি অসম আৰক্ষীত।
  • CIDত সংযোজিত কৰা হৈছে ১২টা নতুন আৰক্ষী অধীক্ষকৰ পদ।
  • BIEOত আৰু দুটা নতুন আৰক্ষী অধীক্ষকৰ পদ সৃষ্টি।
  • পূৰ্বে আছিল দুজন আৰক্ষী অধীক্ষক।
  • V&ACত সংযোজিত কৰা হৈছে অধীক্ষক পৰ্যায়ৰ আৰু দুটা পদ।
  • পূৰ্বে দুজন অধীক্ষক আছিল V&ACত।
  • নতুনকৈ তিনিটা DCP পদ সৃষ্টি গুৱাহাটী।
assam Assam police