New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-1.jpg)
মেৰাপানীত আৰক্ষীৰ গুলীচালনা।
গৰুৰ চোৰাং সৰবৰাহ কৰা গাড়ীলৈ লক্ষ্য কৰি ৩ জাঁইকৈ গুলীচালনা।
আৰক্ষীৰ তালাচীৰ সময়ত বাধা নামানি পলায়নৰ চেষ্টা চক্রটোৰ।
আৰক্ষীয়ে ইছলামপুৰত গাড়ীসহ চক্রটোক আটক কৰিবলৈ সক্ষম।
গুলীচালনাত হতাহতৰ কোনো তথ্য এই পৰ্যন্ত লাভ কৰা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us