/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/61db4ead-a07e-45f0-8764-59e72a61c5bc/cyber.jpg)
-
মৰিগাঁও আৰক্ষীৰ জালত দুজনকৈ চাইবাৰ অপৰাধী
-
জিয়াবুৰ ৰহমান আৰু কহিনুৰ আখটাৰা নামৰ এগৰাকী মহিলাক আটক
-
সুধিৰ কুমাৰ নামৰ দিল্লীৰ এজন ব্যক্তিৰ পৰা 26 লাখ টকা চাইবাৰ অপৰাধৰ জৰিয়তে লুট কৰে
-
মৰিগাঁৱ আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হোৱা এই অপৰাধী কেইজন
-
অনলাইন বিত্তীয় APPৰ জৰিয়তে ভুৱা ঋণ সৰকাইছিল এই অপৰাধীটোৱে
-
বহিঃ ৰাষ্ট্ৰৰ ব্যক্তিকো বিক্ৰী কৰিছিল OTP.
Also Read: মালিগাঁৱত অপহৃত শিশু উদ্ধাৰ বিহাৰত