/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/31059d37-246d-4340-a95d-7c51cfb37142/victor_das.jpg)
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভিক্টৰ দাসক।
৩য়, ৪ৰ্থ বৰ্গৰ ২৬ হাজাৰ পদৰ নিযুক্তিত ধনৰ লেন দেনৰ অভিযোগি তুলিছথিল ভিক্টৰ দাসে।
শুকুৰবাৰে পুৱা আৰক্ষীয়ে জেৰাৰ বাবে তলব কৰিছিল।
অজ্ঞাত স্থানত কৰিছিল মাৰাথান জেৰা।
ভিক্টৰ দাসৰ অভিযোগৰ সত্যতা নাই বুলি মন্তব্য কৰিছিল আৰক্ষীয়ে।
৩ পৰা ৮ লাখ টকাত চৰকাৰী চাকৰি বিক্ৰী হোৱা বুলি টুইটযোগে কৈছিল দাসে।
তাৰ পাছতে দীৰ্ঘসময় জেৰাৰ পাছত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
One Victor Das has been arrested for spreading false rumors and indulging in a conspiracy to foment discord between various sections of society over selection to Government posts.
— Guwahati Police (@GuwahatiPol) September 9, 2022