সীমা সমস্যা সমাধানৰ বাবে ৫ আগষ্টত আইজলত উপস্থিত হ’ব অসমৰ মন্ত্ৰীৰ দল

সীমা সমস্যা সমাধানৰ বাবে ৫ আগষ্টত আইজলত উপস্থিত হ’ব অসমৰ মন্ত্ৰীৰ দল

author-image
asomiyapratidin
New Update
সীমা সমস্যা সমাধানৰ বাবে ৫ আগষ্টত আইজলত উপস্থিত হ’ব অসমৰ মন্ত্ৰীৰ দল

  • আৰম্ভ হৈছে অসম আৰু মিজোৰাম সীমা সংঘাত অৱসানৰ প্ৰক্ৰিয়া।
  • আগন্তুক ৫ আগষ্টত মিজোৰামলৈ যাব অসমৰ এক মন্ত্ৰীৰ দল।
  • অশোক সিংহল, অতুল বৰা ৫ আগষ্টত উপস্থিত হ'বগৈ আইজলত।
  • মিজোৰাম চৰকাৰৰ প্ৰতিনিধিৰে হ'ব বৈঠক।
  • সোমবাৰে মিজোৰাম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৬ বিষয়াৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰিছিল।
  • সমান্তৰালকৈ অসম চৰকাৰেও মিজোৰামৰ কলাচীপৰ উপায়ুক্ত, ভেৰেংগেটেৰ মহকুমা আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ অসমৰ।