New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/assam-mizo-cm.jpg)
- বৃহস্পতিবাৰে দিল্লীলৈ তলব অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীক।
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তলব কৰিলে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীক।
- অসম-মিজোৰাম সীমান্তৰ বিবাদ নিস্পত্তিৰ বাবে অনুষ্ঠিত হ'ব এই যুটীয়া বৈঠক।
- বুধবাৰে দুয়ো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে পৃথকে পৃথকে গৃহ সচিবৰে অনুষ্ঠিত হৈছে বৈঠক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us