New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/aaaaaa.jpg)
- অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
- মিজোৰাম ভ্ৰমণ সংক্ৰান্তত ২৯ জুলাইত জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ।
- HMA19/42/2021-VIG-H&P/Pt-I/ECF168844/28 নং নিৰ্দেশনাৰ জৰিয়তে মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল।
- দুয়ো ৰাজ্যৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ পাছতে এই সিদ্ধান্ত অসম চৰাকাৰৰ।
- অসম চৰকাৰৰ গৃহ ৰাজনৈতিক পৰিক্ৰমাৰ ফালৰ পৰা এই জাননী জাৰি কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/assam-mizo-with.png)