লাইলাপুৰত দুই মন্ত্ৰী অশোক সিংহাল, পৰিমল শুক্লবৈদ্যঃ আৱদ্ধ হৈ থকা ট্ৰাকৰ যাত্ৰা পুনৰ শুভাৰম্ভ কৰিব

লাইলাপুৰত দুই মন্ত্ৰী অশোক সিংহাল, পৰিমল শুক্লবৈদ্যঃ আৱদ্ধ হৈ থকা ট্ৰাকৰ যাত্ৰা পুনৰ শুভাৰম্ভ কৰিব

author-image
asomiyapratidin
New Update
বোকাজানত বৃহৎ পৰিমানৰ সুৰা জব্দ…

  • শনিবাৰে অসম-মিজোৰাম সীমান্তত উপস্থিত হ'ব দুই মন্ত্ৰী অশোক সিংহাল আৰু পৰিমল শুক্লবৈদ্য।
  • দিনৰ ২ বজাৰ পাছত দুই মন্ত্ৰী উপস্থিত হ'বগৈ সীমান্তত।
  • মিজোৰাম অভিমুখী ট্ৰাকৰ যাত্ৰা আৰম্ভ কৰাব দুই মন্ত্ৰীয়ে।
  • সীমান্তত সৃষ্টি হোৱা উত্তেজনাৰ পাছৰে পৰা আৱদ্ধ হৈ আছে মিজোৰাম অভিমুখী ট্ৰাকসমূহ।
  • এই ট্ৰাকসমূহ শনিবাৰে বিয়লিৰ পৰা মিজোৰামত প্ৰৱেশ কৰিব।
  • এই যাত্ৰা আৰম্ভ হোৱাৰ পাছতে দুই মন্ত্ৰী পুনৰ ঘূৰি আহিব গুৱাহাটীলৈ।