শুকুৰবাৰে পুৱা ১১ বজাত মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল হ’ব ঘোষণা…

শুকুৰবাৰে পুৱা ১১ বজাত মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল হ’ব ঘোষণা…

  • শুকুৰবাৰে ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা ২০২১ বৰ্ষৰ পৰীক্ষাৰ ফলাফল।
  • পুৱা ১১ বজাত ঘোষণা কৰা হ'ব এই ফলাফলসমূহ।
  • এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪২৬৫৫৩জন পৰীক্ষাৰ্থী।
  • ইফালে, হাইমাদ্ৰাছাত ১২২৭৫জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
  • প্ৰাৰ্থীসকলে তেওঁলোকৰ মাৰ্কচিট সমূহ ডাউনল'ড কৰিবলৈ ছেবাই দিছে বহু কেইটা ৱেবছাইট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in