New Update
/https://media.assettype.com/asomiyapratidin/import/website/2021/10/dangor-khobr-1.jpg)
- কাছাৰৰ মনিপুৰ সীমান্তত নগা বিদ্ৰোহীৰ গুলীচালনা ৷
- জিৰিঘাট থানাধীন চানটিলা নগা ৰংমাইবস্তিত এই গুলীচালনা৷
- এনএছচিএনৰ উগ্ৰুপন্থীয়ে গুলীচালনা কৰাৰ সন্দেহ ৷
- নিৰ্বিচাৰ গুলীচালনাত গুৰুতৰভাৱে আহত এজন লোক।
- আহত জনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
- গুলীচালনাৰ কাৰণ জানিব পৰা হোৱা নাই৷
- গুলীচালনা সংঘটিত কৰি পলায়ন উগ্ৰপন্থীৰ ৷
- ঘটনাস্হলীত কাছাৰৰ এছপি ৰমনদীপ কৌৰ সহ আৰক্ষীৰ দল উপস্হিত।