New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/assam-man-in-mumbai-got-corona-positive.jpg)
মুম্বাইস্থ অসম ভৱনৰ ফাইল ফটো
- দিল্লীৰ পিছত মুম্বাইত অসমৰ লোকৰ দেহত কোৰোনা।
- লোক দুজনৰ এজন মুম্বাইৰ অসম ভৱনত আছিল।
- আনজন আছিল গেষ্ট হাউছত।
- দুয়োজন লোকেই কৰ্কট ৰোগৰ চিকিত্সাৰ বাবে মুম্বাইলৈ গৈছিল।
- বৰ্তমান এজন লোকক ভৰ্তি কৰা হৈছে হাস্পতালত।
- ইফালে আনজনক কোৱাৰেন্টাইন কৰা হৈছে।
- অসম ভৱন ছীল কৰি দিয়া হৈছে।
- ছেনিটাইজ কৰা হ'ব অসম ভৱন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us