কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা…

কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা…
  • ঘোষণা হ'ল কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন।
  • ৮ জুনত অনুষ্ঠিত হ'ব পৰিষদখনৰ নিৰ্বাচন।
  • মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৩ মে'।
  • ২৬ মে' মনোয়নন পত্ৰ প্ৰত্যাহাৰ অন্তিম দিন।
  • পৰিষদখনৰ মুঠ ২৬ টা সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন।
  • মুঠ ভোটাৰ আছে ৭ লাখ ৩ হাজাৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in