New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-3.jpg)
- ঘোষণা হ'ল কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন।
- ৮ জুনত অনুষ্ঠিত হ'ব পৰিষদখনৰ নিৰ্বাচন।
- মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৩ মে'।
- ২৬ মে' মনোয়নন পত্ৰ প্ৰত্যাহাৰ অন্তিম দিন।
- পৰিষদখনৰ মুঠ ২৬ টা সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন।
- মুঠ ভোটাৰ আছে ৭ লাখ ৩ হাজাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us