অসম
অসম আৰোগ্য নিধিলৈ অসম জাতীয় বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলৰ ১ লাখ ত্ৰিশ হাজাৰ টকা
- কোৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ চৰকাৰলৈ আৰ্থিক সাহায্য।
- অসম আৰোগ্য নিধিলৈ শিক্ষক-কৰ্মচাৰীসকলে আগবঢ়াইছে ধন।
- ১ লাখ ত্ৰিশ হাজাৰ টকা আগবঢ়াইছে অসম জাতীয় বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে।
- অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে জানিবলৈ দিছে এই কথা।