ৰাজ ভৱনত লাভলীনাক ৫ লাখ টকাৰ চেক প্ৰদান ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ…

ৰাজ ভৱনত লাভলীনাক ৫ লাখ টকাৰ চেক প্ৰদান ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ…

author-image
asomiyapratidin
New Update
ৰাজ ভৱনত লাভলীনাক ৫ লাখ টকাৰ চেক প্ৰদান ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ…

ডিজিটেল ডেস্কঃ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ ঘূৰি আহিছে লাভলীনা বৰগোঁহাই। মহিলা বক্সাৰ গৰাকীক বৃহস্পতিবাৰৰ দিনটোত ৰাজভৱনত অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যপালৰ অধ্যাপক জগদীশ মুখীয়ে। গোমাচা, চেলেং চাদৰ, শৰাই আৰু ৫ লাখ টকাৰ চেক দি লাভলীনাক শুভেচ্ছা জ্ঞাপন ৰাজ্যপাল গৰাকীয়ে।

ইফালে, টুইটাৰত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে লিখিছে- 'গোলাঘাটৰ এখন গাঁৱৰ পৰা অলিম্পিকলৈ গৈ মেডেল অৰ্জন কৰি অহা লাভলীনাৰ এই যাত্ৰাই নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিছে।