Published on:
Updated on:
- একেদিনাই দুটা বিভাগৰ চাকৰিৰ লিখিত পৰীক্ষা।
- ইয়াক লৈ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া।
- ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ডিইই গ্ৰেড-৩ পদৰ বাবে পৰীক্ষা।
- সেইদিনাই অনুষ্ঠিত হ'ব ডায়ৰেক্টৰ অৱ এলিমেন্টেৰী এডুকেশ্যনৰ জুনিয়ৰ এছিচটেন্ট পদৰ লিখিত পৰীক্ষা।
- দুয়োটা পদৰ বাবে আৱেদন কৰা প্ৰাৰ্থীয়ে যিকোনো এটা পৰীক্ষাতহে বহিব পাৰিব।
- দুয়োটা পদতে আৱেদন কৰা প্ৰাৰ্থীৰ দাবী- পৃথকে পৃথকে অনুষ্ঠিত কৰিব লাগে লিখিত পৰীক্ষা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in