Published on:
Updated on:
- ৰাজ্যত আকৌ ২০৭৩জনৰ দহেত ধৰা পৰে কোভিড পজিটিভ।
- ইয়াৰে ৩৪৪জন কামৰূপ মেট্ৰ, ১৬৮জন ডিব্ৰুগড়, ১৬৬জন যোৰহাট আৰু ১২৫জন গোলাঘাটৰ।
- অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৬১৩৯৩জনলৈ বৃদ্ধি পাইছে।
- ইফালে, মঙলবাৰৰ দিনটোত অসমত কোৰোনাত আক্ৰান্ত ১৮১৭জন লোক হৈছে সুস্থ।
- ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৩০৯৪৭জনলৈ বৃদ্ধি পাইছে।
- আনহাতে, চিকিৎসাধীন হৈ আছে ২৯৮৫৭জনলৈ ৰোগী।
- উল্লেখ্য যে, অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in