Published on:
Updated on:
- অসমত আকৌ ৫৮০৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
- ইয়াৰে ১৪৮১জন লোক কামৰূপ মেট্ৰ'ৰ।
- ইফালে, ৪৮৬জন কামৰূপ গ্ৰাম্য, ৩৯২জন ডিব্ৰুগড় আৰু ২৭৫জন নগাঁৱৰ।
- সোমবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হৈছে ৭৭জন লোকৰ।
- ইয়াৰে ৩০জনকৈ লোক কেৱল কামৰূপ মহানগৰৰ।
- আনহাতে, সোমবাৰৰ দিনটোত অসমত সুস্থ হৈছে ৪২৩১জন লোক।
- উল্লেখ্য যে, বৰ্তমানো কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৭৫০০জন ৰোগী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in